Posted inঅসম

গুৱাহাটীৰ চুপাৰ মাৰ্কেটত নতুন উৰণীয়া সেঁতুৰ মুকলি

গুৱাহাটী মহানগৰীৰ দিছপুৰ সচিবালয়ৰ ওচৰত নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ আজি শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ শুভ উন্মোচন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যান যঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে। বিভিন্ন জনগোষ্ঠীৰ কলা, সংস্কৃতিৰ এটি মহামিলন দেখিবলৈ পোৱা গৈছে নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ […]