মুম্বাই, ০৯ অক্টোবৰ: নতুন আৰু ৰোমাঞ্চকৰ প্ৰতিভাক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ বাবে প্ৰখ্যাত ফিল্ম ষ্টুডিঅ’ প্লাটুন ৱান ফিল্মছে আন এখন ৰোমাঞ্চকৰ নতুন ছবি লৈ আহিছে Aye Zindegi. এয়া হৈছে সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া প্ৰযোজনা প্ৰতিষ্ঠানটোৰ প্ৰথম একক প্ৰযোজনা। উল্লেখ্য যে ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। […]