Posted inNews

নতুন সংসদ ভৱন দেশৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱন দেশবাসীৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনত পূব-পশ্চিম দিশলৈ মুখ কৰি শীৰ্ষত নন্দীক লৈ ছেংগ’ল স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰিছেংগ’ললৈ পুষ্প অৰ্পন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰতিটো জাতিৰ ইতিহাসত এনে কিছুমান মুহূৰ্ত কমেইহে আছে যিবোৰ অমৰ হৈ […]