ভোগালী বিহুক লৈ সান্ধ্য আইনত কিছু শিথিলতা আনিছে। উৰুকাৰ নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাত সান্ধ্য আইন আৰম্ভ হ’ব। বিপৰীতে পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজাতে শেষ হ’ব সান্ধ্য আইন। মাঘ বিহুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ভেলাঘৰত কোনোপধ্যে থাকিব দিয়া নহ’ব। ভেলাঘৰত ক’ভিড হ’লে অসমীয়া যুৱকৰ হে হ’ব। যিসকলে ভেলাঘৰত থকাৰ সমৰ্থন কৰে […]
Tag: New SOP
Posted inঅসম