নিউজ ডেস্কঃ সাগৰ সদায় বিষ্ময়কৰ। সাগৰৰ গভীৰতাত বিলীন হৈ থাকে বহু অসাধাৰণ তথ্য। নিউজিলেণ্ডত সাগৰৰ গভীৰতাত উদ্ধাৰ হৈছে এটা বিৰল প্ৰজাতিৰ ছাৰ্ক যাক বিজ্ঞানী সকলে ‘Ghost shark’ বুলি অভিহিত কৰিছে। দেশখনৰ নেচনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড এটমস্ফিয়াৰিক ৰিচাৰ্ছ (এনআইডব্লিউএ)ৰ গৱেষকসকলে সাগৰৰ ৪০০০ফুট তলত দক্ষিণ দ্বীপৰ ওচৰত ব্যতিক্ৰমী ‘Ghost shark’ টো আৱিষ্কাৰ কৰিছে। ‘Ghost shark’ টো […]