নিউজ ডেস্ক- অসমত নতুনকৈ নিৰ্মাণ কৰা হ’ব দুখন ৰে’ল দলং। গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত তীব্ৰবেগী গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে অসমত দুখন ৰেল দলং নিৰ্মাণৰ কথা ঘোষণা কৰে। তেওঁ কয় যে শৰাইঘাটৰ ওপৰত ১,৬৭৭ কোটি টকা ব্যয়ৰে দ্বিতীয়খন ৰেল দলং আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত তেজপুৰ আৰু শিলঘাটত ৰে’ল দলং ৩,৫১২ […]