Posted inঅসম

১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবনে লামডিং-বদৰপুৰৰ ৮৫ কিঃমিঃ ৰে’লপথৰ মেৰামতিৰ কাম?

শিলচৰ: এন এফ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই সোমবাৰে ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লামডিং-বদৰপুৰ ৰে’লপথচোৱা পৰিদৰ্ষণ কৰি পুনৰুদ্ধাৰৰ কামৰ বুজ লয়। উল্লেখযোগ্য যে ডিমা হাচাওৰ বান পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগে লগে ৰে’লপথৰ পুনৰুদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। ইতিমধ্যে ৰে’লৱেই বদৰপুৰৰ পৰা নিউ হাফলংলৈকে থকা পাহাৰীয়া অংশখিনি পুনৰুদ্ধাৰৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে, অৱশ্যে হাফলং […]