গুৱাহাটীঃ আজি উত্তৰ-পূব ৰেলৱেৰ মজদুৰ ইউনিয়ন মালিগাঁও শাখাৰ ৩৩ সংখ্যকবাৰ্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্রজ্বলন আৰু শ্বহীদ তৰ্পণৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। শাখাৰ অধিৱেশনৰ লগত সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ সম্পর্কে সচেতনতা বৃদ্ধি কৰিবলৈ এক বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধনী কৰি কেন্দ্ৰীয় চিকিৎসালয় মালিগাঁৱৰ চিকিৎসক সঞ্চালক পি. মহেশ্বৰী […]