Posted inউত্তৰ-পূৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ৫নাবালক

গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ৫নাবালক শিশু। ৰে’ল সুৰক্ষা বাহিনীয়ে মানৱ সৰবৰাহকাৰী,নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কেইবাটাও ষ্টেচনত পৃথকে পৃথকে চলোৱা অভিযানত উদ্ধাৰ হৈছে শিশুকেইজন। উদ্ধাৰ কৰা নাবালককেইজনক সংশ্লিষ্ট চাইল্ডলাইনক চমজাই দিয়ে ৰে’ল আৰক্ষীয়ে। ২৭ ছেপ্টেম্বৰত নিউ জলপাইগুৰিৰ ৰে’ল সুৰক্ষা বাহিনীয়ে নিউ জলপাইগুৰি ৰেল ষ্টেচনত ১৫৯০৩ নং ৰেল (ডিব্ৰুগড়-চণ্ডিগড় এক্সপ্ৰেছ)ত নিয়মীয়া তালাচী চলোৱা […]