Posted inঅসম

মানকাচৰত বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা”LEO CLUB”ৰ প্রশংসনীয় পদক্ষেপ

মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা”LEO CLUB”ৰ প্রশংসনীয় পদক্ষেপ। মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনত ক’ভিড আক্ৰান্ত হৈ হোম কোৱাৰেণ্ট হৈ থকা ক’ভিড আক্ৰান্তক ঘৰে ঘৰে খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে LEO CLUb নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাটোৱে ৷ প্ৰতিদিনে আক্ৰান্ত হোৱা ক’ভিড আক্ৰান্তৰ সংখ্যা জিলা প্ৰশাসনৰ পৰা সংগ্ৰহ কৰাৰ পিছত উক্ত […]