গুৱাহাটী : অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰক ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত যোৱা এসপ্তাহ ধৰি বৃহত্তৰ চন্দ্ৰপুৰবাসী ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ড বৰাগাঁৱৰ পৰা চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰা হৈছে। চন্দ্ৰপুৰত থকা অসম চৰকাৰৰ অচল হৈ পৰি থকা তাপবিদ্যুত কেন্দ্ৰক ডাম্পিং গ্ৰাউণ্ডৰ বাবে […]