Posted inঅসম

অসমত ফ্লপ শ্ব’ত পৰিণত বিস্তাৰিত টীকাকৰণ অভিযান; স্বাস্থ্য বিষয়াৰ মতে ভেকচিনৰ নাটনি

গুৱাহাটী : বিজেপি নেতৃত্বাধীন অসম চৰকাৰে যোৱা ১০ দিনত কেৱল ১৬.৬৩ লাখ লোকৰহে টীকাকৰণ কৰিব পাৰিলে। এইয়া হৈছে সমগ্ৰ দেশৰ লগতে অসমত গ্ৰহণ কৰা বিস্তাৰিত টীকাকৰণ অভিযানৰ ৩০ লাখ লোকৰ টীকাকৰণৰ লক্ষৰ মাত্ৰ ৪৫ শতাংশ। বৃহস্পতিবাৰে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়াই জনোৱা মতে মতে ক’ভিড ভেকচিনৰ ব্যাপক নাটনিৰ বাবেই পৰিকল্পনা কৰা ধৰণৰে টীকাকৰণ সম্ভৱ হৈ […]