Posted inঅসম

অহা বছৰৰ আগষ্টৰ ভিতৰত কাৰ্যকৰী হৈ উঠিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নিউজ ডেস্ক : বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন ছাত্ৰ তথা জাতীয় সংগঠনে প্ৰতিবাদ অব্যাহত ৰখা সত্ত্বেও জনসাধাৰণৰ দাবীৰ প্ৰতি কোনো ভ্ৰূক্ষেপ প্ৰকাশ নকৰি এন এইচ পি চিয়ে পূৰ্ণ গতিত নদী বান্ধ নিৰ্মাণৰ কাম চলাই নিছে।     ধেমাজীৰ গেৰুকামুখত নিৰ্মাণ হৈ থকা ২০০০ মেগাৱট ক্ষমতাৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব, […]