Posted inNews

এতিয়াও সম্পূৰ্ণ হোৱা নাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল নদীবান্ধটো

নিউজ ডেস্ক- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল নদীবান্ধটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ২১০ মিটাৰ উচ্চতাত সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। দেশৰ অন্যতম বৃহৎ এই বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে যদিও অতি সোনকালে এই প্ৰকল্পটোত বিদ্যুৎ উৎপাদন হোৱাৰ কোনো সম্ভাৱনা নাই। শেহতীয়াকৈ হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নদীবান্ধৰ কাম একপ্ৰকাৰ বন্ধ হৈ পৰিছে আৰু অক্টোবৰৰ পৰাহে পুনৰ কাম আৰম্ভ […]