Posted inদেশ-বিদেশ

নাইজেৰিয়াত গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা; কমেও ৫০ জন নিহত

নিউজ ডেস্ক: নাইজেৰিয়াত এটা গীৰ্জাত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত কমেও ৫০ জন লোকে প্ৰাণ হেৰোৱাইছে। দেশখনৰ ওণ্ডো প্ৰদেশৰ এটা কেথলিক গীৰ্জাত সংঘটিত হয় উক্ত গুলীচালনাৰ ঘটনা। দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ এগৰাকী চিকিৎসকে সংবাদ এজেন্সী ৰয়টাৰক জনোৱা মতে কমেও ৫০টা মৃতদেহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দেশখনৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত খবৰ অনুসৰি বন্দুকধাৰীয়ে গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অহা লোকসকলৰ ওপৰত […]