গুৱাহাটী : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে সদৰী কৰাৰ পিছত আজি শনিবাৰে প্ৰকাশ কৰা হয় ক’ভিডৰ নতুন এছ অ’ পি। অহা সোমবাৰ অৰ্থাৎ ২৮ জুনৰ পৰা এসপ্তাহৰ বাবে এই নতুন SOP কাৰ্য্যকৰী হ’ব। সেই অনুসৰি কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ ১০ খন জিলাত সান্ধ্য আইনৰ সময় সন্ধিয়া ৫ বজাৰ পৰা পুনা ৫ বজালৈ সলনি কৰা হৈছে। […]