নিউজ ডেস্কঃ গোৱালপৰীয়া লোকগীতৰ একনিষ্ঠ সাধক, শিল্পী-সাহিত্যিক নিখিলেশ বৰুৱাৰ দেহাৱসান। অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত নিখিলেশ বৰুৱা যকৃত ৰোগৰ লগতে অন্যান্য ৰোগতো আক্ৰান্ত হৈ কিছুদিনৰে পৰা গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল। অৱশেষত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ ৷ আৰু পঢ়কঃডিগবৈত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান!আটক ৫ জন ৭০ দশকত কলকাতাৰ […]