নিউজ ডেস্কঃ স্বামীৰ পদাংক অনুসৰণ কৰি পত্নীৰ সেনাবাহিনীত যোগদান। শনিবাৰে পুলৱামাত শ্বহীদ হোৱা মেজৰ বিভূতি শংকৰ ধণ্ডিয়ালৰ পত্নী নিকিতা কৌলে সেনাত যোগদান কৰে। প্ৰথমবাৰৰ বাবে যেতিয়া তেওঁ সেনাৰ ইউনিফৰ্ম পৰিধান কৰে তেওঁৰ বাবে এই দিনটো এক গৌৰৱৰ মুহূৰ্ত। ২০১৮ চনত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত মেজৰ বিভূতি শংকৰ ধণ্ডিয়াল শ্বহীদ হৈছিল। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ […]