Posted inNews

আদ্যশ্ৰাদ্ধৰ পিছতহে কাব্যঋষিৰ বন্ধ খামৰ চিঠি মুকলি কৰা আহ্বান পৰিয়ালৰ

সোমবাৰে কাব্যঋষি গৰাকীৰ পৰিয়াৰলৰ সদস্য দুলুমণি ফুকনে নিত্য বৰাক এক পত্ৰৰ জৰিয়তে নীলমণি ফুকনদেৱৰ সাংবাদিক নিত্য বৰাৰ ওচৰত থকা কাব্যঋষি নীলমণি ফুকনৰ ৰহস্যময়ী ‘বন্ধ খামৰ চিঠি’ খন কেতিয়ালৈ খুলিব সেয়া যেন এতিয়া ৰাজ্যবাসীৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে। আদ্যশ্ৰাদ্ধ (৩১ জানুৱাৰী মঙলবাৰ)ৰ পিছতহে বন্ধ খামৰ চিঠিক লৈ বৰাই ভৱা ধৰণে ব্যৱস্থা লব’লৈ আৰু তেনে […]