নিউজ ডেস্ক- অসমীয়া সংগীত জগতৰ বাবে এক সুখবৰ। আনুষ্ঠানিক মুক্তি পালে জ্ঞানপীঠ বঁটা বিজয়ী কবি প্রয়াত নীলমণি ফুকনৰ এটি বহু-প্রশংসিত কবিতাৰপৰা জয় বৰুৱাই পুনসৃষ্টি কৰা “টোপনিতো তেওঁ মোক খেদি ফুৰিছিল” গীতটি। অসমীয়া সংস্কৃতি, সংগীত, কবিতা আৰু শিল্পক কেন্দ্ৰ কৰি ইতিবাচক আলোচনাৰ পৰিবেশ সৃষ্টি কৰিবলৈ কাম কৰি অহা বাউল কৌশিক নাথ ফাউণ্ডেচনে অসমৰ উঠি অহা যুব […]
Tag: nilomoni-phukan
Posted inNews