Posted inঅসম

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা কোৰোনাত আক্ৰান্ত হৈছে

গুৱাহাটীঃ যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা কোৰোনাত আক্ৰান্ত হৈছে। জি এম চি এইচৰ চুপাৰ স্পেয়েলিটি হস্পিতালত ভৰ্তি কৰোৱা হৈছে চিত্ৰশিল্পী গৰাকীক। মাত্ৰ দুদিন পূৰ্বে নিজ বাসগৃহতে ক’ভিড ভেকচিন লৈছিল নীলপৱন বৰুৱাই। শেহতীয়াকৈ তেওঁৰ কোভিড ৰিজাল্ট পজিটিভ আহিছে। আৰু পঢ়কঃআজি ৰাজ্য চৰকাৰে ঘোষণা কৰিব অসমৰ ষষ্ঠখন নতুন ৰাষ্ট্ৰীয় উদ্যান কিছুপৰিমাণে অসুস্থ বৰুৱাক হস্পিতালত ভৰ্তি কৰা হৈছে । […]