Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Colorsত সম্প্ৰচাৰ হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টি.ভি চেনেল কালাৰ্চযোগে সম্প্ৰচাৰিত হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে। একেখন দেশৰ বাসিন্দা হৈয়ো উত্তৰ-পূবৰ লোকসকলে দেশখনৰ বিভিন্ন প্ৰান্তত সন্মুখীন হোৱা বৰ্ণ বৈষম্যক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰিছে। ধাৰাবাহিকখনৰ কাহিনীৰ মূল পটভূমি উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিম। ছিক্কিমৰ পৰা নিমা ডেংজুনপা নামৰ যুৱতীগৰাকীয়ে মুম্বাইলৈ গৈ উত্তৰ-পূৰ্বাঞ্চলৰ […]