অৰুণাচলৰ বিধায়ক নিনং এৰিং সম্পৰ্কে বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা পঞ্জাবৰ ইউটিউবাৰ পাৰশ সিঙক কঠোৰ ভাষাৰে সমালোচনা বলীউড তাৰকাৰ। বলিউডৰ অভিনেতা বৰুণ ধাৱানে ইউটিউবাৰ গৰাকীক সমালোচনা কৰি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰিত কয়, ‘অৰুণাচল প্ৰদেশত ইমান সময় অতিবাহিত কৰাৰ পিছত, এইটো কিমান ভুল সেই কথা নিজকে আৰু আনক বুজোৱাৰ সময় আহি পৰিছে।‘ বৰুণ ধাৱান কিছুদিন আগত পৰিচালক […]