Posted inমুখ্যপৃষ্ঠা

তেওঁ সদায় আমাৰ হৃদয়ত থাকিব

ৰাজৰ্ষি চহৰীয়া তেওঁ কেতিয়াও সংগীবিহীন নাছিল। এই বিশাল পৃথিৱীত তেওঁ আমাৰ বাবে ভোটাতৰা আছিল। আজি পুৱাই চিকিৎসালয়ৰ পৰা অহা এটা বাতৰিয়ে হঠাৎ বুকুখন মোচাৰি গৈছিল আমাৰ। কিছু ক্ষোভ, কিছু বেজাৰ আৰু মানুহৰ এসাগৰ ভালপোৱা লৈ তেওঁ গ’লগৈ। উৰণীয়া মনৰ মানুহজন আজি আৰু আমাৰ মাজত নাই। ইষ্টম’জ’ পৰিয়ালৰ তৰফৰ পৰা অসমৰ মহাতাৰকাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ।৮০ বছৰ বয়সত […]