Posted inঅসম

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

নিউজ ডেস্কঃ ডিমা হাচাওত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ডিমা হাচাও জিলাৰ লংকুস্থিত লৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজনেৰে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে সংগ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দুই পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাঙে। বিত্তমন্ত্ৰী গৰাকীৰ  উপস্থিতিত  […]