Posted inদেশ-বিদেশ

চাউল-দাইলকে ধৰি ১৪বিধ সামগ্ৰীত অতিৰিক্ত GST পৰিশোধ কৰিব নালাগে

নিউজ ডেস্কঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে টুইটাৰত চাউল-দাইলকে ধৰি মুঠ ১৪বিধ সামগ্ৰীৰ এখন তালিকা শ্বেয়াৰ কৰে। খাদ্যশস্য, চাউল, ময়দা আৰু দৈৰ আদি সামগ্ৰীৰ ওপৰত ৫ শতাংশ জিএছটি ৰখাৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে জিএছটি কেৱল পেকেজিং আৰু লেবেলযুক্ত সামগ্ৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এই ১৪বিধ সামগ্ৰী যদি পেকেজিং অবিহনে খোলাকৈ বিক্ৰী কৰা হয়, […]