নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট লেখিকা তথা সাহিত্যিক নিৰুপমা বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে সন্মানীয় ডি লিট সন্মান। বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জিতেন হাজৰিকা আৰু পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে বৰগোহাঞিৰ গুৱাহাটীস্থিত বাসগৃহ উপস্থিত হৈ উক্ত সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। ৩ মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৌহদত অনুষ্ঠিত হোৱা ২১ সংখ্যক সমাৱৰ্ত্তন অনুষ্ঠানত সাহিত্যিক গৰাকীক সন্মানীয় ডি […]