Posted inশিক্ষা

NCERT-ৰ পাঠ্যপুথিত উত্তৰ-পূবক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাত শিলচৰ NIT-ৰ ছাত্ৰৰ পদযাত্ৰা

শিলচৰ: উত্তৰ-পূৰ্বাঞ্চলে যাতে NCERT-ৰ পাঠ্যপুথিত যথোচিত স্থান পায় সেই উদ্দেশ্যে কৰিমগঞ্জ জিলাৰ ৰজন দাস নামৰ এজন যুৱকে অঞ্চলটোৰ প্ৰচাৰৰ বাবে আগবাঢ়ি আহিছে। NCERT ৰ বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা কিতাপত যাতে অঞ্চলটোৰ বিষয়ে এটা অধ্যায় থাকে তাৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে ২২ বছৰীয়া যুৱকজনে পদযাত্ৰা আৰম্ভ কৰিছে। ২২ […]