নিউজ ডেস্কঃ প্ৰতাপগড়ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, পেট্ৰ’লৰ মূল্য এতিয়া পৰা প্ৰতি লিটাৰত ১৫ টকা পৰ্যন্ত হ’ব পাৰে। মই আগষ্টত টয়োটা কোম্পানীৰ গাড়ী মুকলি কৰিছো। এতিয়াৰে পৰা দেশৰ সকলো গাড়ী কৃষকে তৈয়াৰ কৰা ইথানলৰ পৰা চলিব। দেশৰ কৃষকসকল কেৱল খাদ্য যোগানকৰ্তাই নহয় এতিয়াৰে পৰা শক্তি যোগানকৰ্তাও হ’ব তেওঁলোক। ৰাজস্থানৰ প্ৰতাপগড়ত এখন ৰাজহুৱা সভাত […]