Posted inউত্তৰ-পূৱ

উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ পৰ্যালোচনা নীতিন গাডকাৰীৰ

নিউজ ডেস্ক: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে উত্তৰ-পূবত ৰূপায়ণ কৰা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটীত অনুষ্ঠিত তিনিদিনীয়া পৰ্যালোচনা কাৰ্যসূচীৰ প্ৰথম দিনা গাডকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ সৈতে উত্তৰ-পূবৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মেঘালয়, […]