Posted inঅসম

অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰে কি নিয়মৰ মাজেৰে আগবাঢ়িব পাৰিব?

নিউজ ডেস্ক– তিনিটা পৰ্যায়ত হ’বলগা অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জনোৱা মতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকাসকলেও ভোটদান কৰিব পাৰিব। কিন্তু ভোট দিব নোৱাৰিব ডি ভোটাৰসকলে। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বৰ্তমান ৰাজ্যত থকা ১.০৮ লাখ ডি ভোটাৰ বঞ্চিত হ’ব। যোৱাবছৰ বিধানসভাত দাখিল কৰা ১.১৩ লাখ ডি ভোটাৰৰ তুলনাত […]