Posted inদেশ-বিদেশ

নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ; ১৩জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: দেওবাৰে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে আজি ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত আন ২৩ জনক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ শীঘ্ৰে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি কয়। উল্লেখযোগ্য যে যোৱা দেওবাৰে পাটনাৰ গৌৰীচক আৰক্ষী থানাৰ অন্তৰ্গত ছোগহি গাঁৱৰ মাজেৰে যোৱা পাটনা-গয়া পথত নীতিশ […]