ওদালগুৰিঃ ওদালগুৰিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭ গৰাকী NLFB কেডাৰ গ্ৰেপ্তাৰ। ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি আৰু ১ নম্বৰ গৰৈবাৰীত চলিচিল এই অভিযান।ইয়াৰ পাছত দেওবাৰে ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰে। সদস্য কেইগৰাকী ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০)। আৰু পঢ়কঃজোনাইত LDCMLসংগঠনৰ ডেপুটি চিপ […]