Posted inঅসম

বড়ো বিদ্ৰোহী গোট NLFB-ৰ ৬০ গৰাকী সদস্যৰ আত্মসমৰ্পন

নিউজ ডেস্ক : বড়ো বিদ্ৰোহী গোট নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)-ৰ ৬০ গৰাকী সদস্যই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ মঙলবাৰে ওদালগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। বৰ্তমান ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চোনাই খৌৰাং কেম্পত ৰখা হৈছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে। ‘আত্মসমৰ্পনৰ সময়ত কেডাৰসকলে ৮টা এ কে ৫৬ ৰাইফল, মেগাজিনসহ দুটা এছ এল আৰ, চাৰিটা ঘৰোৱাভাৱে […]