নিউজ ডেস্কঃ বিশ্বৰ ইতিহাসত অতি কম বয়সত শান্তিৰ নোবেল বঁটা লাভ কৰা পাকিস্তানৰ জীয়ৰী মালালা ইউছুফজাই বিবাহপাশত আবদ্ধ হয়। বাৰ্মিংহামত পাকিস্তানৰ এছেৰ মল্লিকৰ লগত বিবাহপাশত আবদ্ধ হ’ল মালালা। মালালাই নিজৰ টুইটাৰযোগে বিবাহৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰে। ছ’চিয়েল মিডিয়াৰ তথ্য় অনুসৰি এছেৰ মল্লিক পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডৰ এজন জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কৰ্মৰত। “আজি মোৰ জীৱনৰ এটা মূল্যৱান […]