Posted inদেশ-বিদেশ

ফৰাচী লেখিকা Annie Ernaux-লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

নিউজ ডেস্ক: ফৰাচী লেখিকা এনি এৰনো (Annie Ernaux)-এ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। ৮২ বছৰীয়া ফৰাচী লেখকগৰাকীয়ে মূলতঃ আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছে। এৰনো সম্পৰ্কত নোবেল কমিটিয়ে কয় যে তেওঁ অত্যন্ত সাহসী আৰু আৰু বলিষ্ঠ ভাষা শৈলীৰে বিভিন্ন শ্ৰেণীৰ লোকৰ দুখ-কষ্ট পাঠকৰ সন্মুখলৈ লৈ আনে। Annie Ernaux-ৰ প্ৰথমখন উপন্যাস প্ৰকাশ পাইছিল ১৯৭৪ চনত, উপন্যাসখনৰ […]