Posted inমুখ্যপৃষ্ঠা

সঁচাকৈ, ন’বেল বঁটাৰ বাবে প্ৰৱল দাবীদাৰ নেকি নৰেন্দ্ৰ মোদী !

নিউজ ডেস্কঃ সঁচাকৈ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত দিনত শান্তিৰ ন’বেল বঁটা লাভ কৰিব পাৰে নেকি। ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত যোৱা কেইদিন মানৰ পৰা প্ৰচাৰ হৈ আছে যে মোদী শান্তিৰ ন’বেল বঁটাৰ বাবে এগৰাকী  শক্তিশালী প্রতিদ্বন্দ্বী । আৰু এই মন্তব্যটো নৰৱেৰ ন’বেল কমিটীৰ উপ-মুৰব্বী এছলে ট’জে কৰিছিল বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পায় আছে। কিন্তু […]