Posted inঅসম

নিশা মহানগৰীৰ নুনমাটিত অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটীঃ নিশা মহানগৰীৰ নুনমাটিত অগ্নিকাণ্ডৰ ঘটনা। ৰাজপথৰ দাঁতিত থকা এখন পাণ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যায় পাণ দোকানখন। মোবাইলৰ কেমেৰাত বন্দী হয় দাও দাও কৈ জ্বলি থকাৰ দৃশ্য। লগতে পঢ়কঃছয়গাঁৱৰ কুকুৰমাৰাত বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ প্ৰথমে পাণ দোকানখনত জুইৰ সূত্ৰপাত হোৱাৰ পিছত দোকানখনৰ দাঁতিতে থকা বৈদ্যুতিক খুটা […]