গুৱাহাটীঃ মহানগৰীৰ যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত অঘটন। বৃহস্পতিবাৰে নিশা হস্পিতালখনৰ এগৰাকী ৰোগীৰ আত্মহনন। মৃত ৰোগীজন উত্তৰ লখিমপুৰ পদ্ম ছেত্ৰী। ৰোগীগৰাকীয়ে জেনেৰেল ৱাৰ্ডৰ পৰা নিশা ওলাই আহি ২০১নং কেবিনত আত্মহত্যা কৰে। কি কাৰণত ৰোগীগৰাকীয়ে আত্মহত্যাৰ পথ বাচি ল’লে সেই সন্দৰ্ভত একো জানিবলৈ পৰা হোৱা নাই। লগতে পঢ়কঃমহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন আৰক্ষীৰ এটা […]