Posted inদেশ-বিদেশ

কোভিড পৰিস্থিতি ৫ শতাংশৰ তলত থাকিলে অনুষ্ঠিত হ’ব হৰ্ণবিল উৎসৱ

নিউজ ডেস্কঃ ক্ৰৰ্মাৎ নিয়ন্ত্ৰণলৈ আহিছে নগালেণ্ডৰ কোভিড পৰিস্থিতি। নেইফিউ ৰিঅ’ চৰকাৰে আনলক- ৬ ঘোষণা কৰিছে। ৰাজ্যখনত বৰ্তমানৰ দৰে যদি কোভিড পৰিস্থিতি ৫ শতাংশৰ তলত নিয়ন্ত্ৰণত থাকে তেনেহ’লে ২০২১ বৰ্ষৰ বিশ্ব প্ৰসিদ্ধ হৰ্ণবিল উৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে নগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগ। নগাসকলৰ খাদ্য, সংগীত-নৃত্য আৰু ৰীতি-নীতি তথা নগা সংস্কৃতিক এই উৎসৱৰ […]