Posted inঅসম

ভূমিকম্পই পুনৰ জোকাৰী যায় উত্তৰ-পূব

মেঘালয়ৰ তুৰাত ৩.৭ প্ৰাবল্যৰ ভূমিকম্প আৰু মণিপুৰৰ ননি জিলাত ৩.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰী যায়। এনচিএছৰ তথ্য অনুসৰি তুৰাৰ পৰা ৫৯ কিলোমিটাৰ উত্তৰে, ২৯ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু অছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ তথ্য অনুসৰি মঙলবাৰে পুৱতি নিশা মেঘালয়ৰ তুৰাত ৩.৭ প্ৰাবল্যৰ ভূমিকম্প হয়। আজি পুৱা ৬.৫৭ বজাত অনুভূত হয় কম্পন। আনহাতে এই ভূমিকম্পত কোনো […]