Posted inNews

এন.এফ.আৰ আৰু উদ্ভাৱন ভাৰতৰ দ্বাৰা আয়োজিত হ’ব উত্তৰ-পূব হাফ মাৰাথন

গুৱাহাটী: উত্তৰ-পূব আৰু এম্পৱেৰিং ক্ৰীড়া বিকাশৰ বিষয়বস্তুৰ সৈতে উত্তৰ-পূব হাফ মাৰাথন নামৰ হাফ মাৰাথনৰ প্ৰথম  শৃংখলা যুটীয়াভাৱে আয়োজন কৰা হ’ব উত্তৰ-পূব ভাৰতৰ বিভিন্ন মনোৰম স্থানত। ৫ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব হাফ মাৰাথন গুৱাহাটীৰ পৰা আৰম্ভ হ’ব। এন.ই হাফ মাৰাথনৰ টি-চাৰ্ট আনুষ্ঠানিকভাৱে  ৪ জানুৱাৰী ২০২৩ তাৰিখে গুৱাহাটীৰ আইকনিক লেণ্ডমাৰ্ক হোটেলত এখন সংবাদমেলত মুকলি কৰা হয়। […]