গুৱাহাটীঃ ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ পূৰ্ণ সম্ভাৱনা। উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্পত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে শ্ৰমিকসকলে। ৬০ ঊৰ্ধৰ শ্ৰমিকক অনুদান নিদিয়াকৈ অব্যাহতি দিয়াৰ প্ৰতিবাদত শ্ৰমিকসকলে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰন্ধন গেছ প্ৰকল্পটোত একেৰাহে ২৭বছৰ ধৰি কাম কৰি থকা ছয়জন শ্ৰমিকক কোনো ধৰণৰ জাননী নিদিয়াকৈ তৎমূহুৰ্তত আজিৰে পৰা কাম কৰিব নোৱাৰিব বুলি নিৰ্দেশ […]