Posted inNews

উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনৰ বর্তমানৰ ওজন ১৪০ কিলোগ্রাম

নিউজ ডেস্ক-  উত্তৰ কোৰিয়াৰ শীৰ্ষ নেতা কিম জং-উনৰ বর্তমান ওজন হৈছে ১৪০ কিলোগ্রাম। দক্ষিণ কোৰিয়াৰ সেনাই এই তথ্য প্ৰকাশ কৰিছে। তেওঁৰ স্বাস্থ্যক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ আলোচনা শুনিবলৈ পোৱা গৈছে। দক্ষিণ কোৰিয়াই দাবী কৰাৰ বাবে কৃত্ৰিম মেধা অর্থাৎ এআয়ে উক্ত তথ্য বিচাৰ কৰি উলিয়াইছে। তেখতে নিয়মীয়াকৈ ধূমপান, সুৰাপান, অত্যধিক হাৰত বাঢ়ি থকা মেদ আদিক […]