Posted inঅসম

লখিমপুৰত বীৰ লাচিত সেনাই তলা লগালে চিকে’ এচ’ছিয়েট কোম্পানীৰ কাৰ্যালয়ত

লখিমপুৰত বীৰ লাচিত সেনাই তলা লগালে চিকে’ এচ’ছিয়েট কোম্পানীৰ কাৰ্যালয়ত।এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি লখিমপুৰ টাউনত। এবছৰ ধৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলি থকাৰ উপৰি ম্যাদ ওকলা শিশু খাদ্য ৰ পেকেটে গুদামত জমা কৰি বিক্ৰী কৰাৰ অভিযোগ। বীৰ লাচিত সেনাৰ সদস্য ই শনিবাৰে বিয়লি কাৰ্যালয়টোত এনে বিসংগতি প্ৰত্যক্ষ কৰি প্ৰশাসনক অৱগত কৰাৰ উপৰি তদন্ত নোহোৱা পৰ্যন্ত […]