Posted inঅসম

দৰিদ্ৰতাই শিক্ষাত হেঙাৰ হ’ব নোৱাৰে প্ৰমান কৰিলে লখিমপুৰৰ আইনুৱে

দৰিদ্ৰতাই কেতিয়াও শিক্ষাত হেঙাৰ হব নোৱাৰে, সেই কথাই যেন প্ৰতিপন্ন কৰিলে লখিমপুৰৰ এগৰাকী মেধাবী ছাত্ৰীয়ে ।বানে গৰকা লখিমপুৰ জিলাৰ আমতলাৰ অতি পিছপৰা অঞ্চলৰ মেধাবী ছাত্ৰী আইনু বৰাৰ সফলতাক লৈ গাওবাসীৰ লগতে পৰিয়ালেও আনন্দ কৰিছে। সকলোৱে যেন গৰ্ব কৰিছে আইনুৰ সফলতাত। অৰুনাচল প্ৰদেশৰ অৰুণোদয় বিশ্ববিদ্যালয়ৰ পৰা সদ্য ঘোষিত MBA চুড়ান্ত পৰীক্ষাত মানব সম্পদ বিষয়ৰ লগতে বিশ্ববিদ্যালয়ৰ […]