Posted inকলা-সংস্কৃতি

তিনিদিনীয়া কাৰ্যসূচীৰে ৰেডিছন ব্লুত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল

গুৱাহাটীঃ বিগত বছৰবোৰত জনপ্ৰিয়তাৰে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলে ২০২২ চনৰ ৭, ৮ আৰু ৯ জানুৱাৰীত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উৎসৱৰ ৯ম সংস্কৰণ আয়োজন কৰিবলৈ সাজু হৈছে। তিনিদিনীয়া উৎসৱটো সকলো ধৰণৰ ক’ভিড নিয়মাৱলী অনুসৰণ কৰি অনুষ্ঠিত হ’ব আৰু কেৱল দুবাৰ টিকাকৰণ কৰা লোকসকলেহে অনুষ্ঠানত অংশ ল’ব পাৰিব। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ […]