Posted inক্ৰীড়া

নৰ্থ-ইষ্ট অলিম্পিক গে’মছত অসমৰ জয়যাত্ৰা অব্যাহত

নিউজ ডেস্ক: শ্বিলঙত অনুষ্ঠিত দ্বিতীয় সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গে’মছত অসমে পদকৰ তালিকাত শীৰ্ষ স্থানত আছে। প্ৰতিযোগিতাখনৰ তৃতীয় দিনাৰ অন্তত অসমে ১৭ টো সোণ, ১১ ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ২০১৮ চনৰ চেম্পিয়ন মণিপুৰে ১১ টা সোণ, ১২ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাত দ্বিতীয় স্থানত […]