নিউজ ডেস্ক- উত্তৰ-পূব ভাৰতকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত বৰষুণৰ ফলত বিপর্যস্ত হৈ পৰিছে। বিভিন্ন ঠাইত বহু ৰাজ্য এতিয়া বানৰ কবলত। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ বাবে ৰাজ্যিক দুৰ্যোগ প্রশমন পুঁজি (এছ ডি আৰ এফ)ৰ অধীনত সৰ্বমুঠ ৭,৫৩২ কোটি টকা মোকলাই দিয়ে। অসমলৈ শেহতীয়াকৈ বানবিধ্বস্ত অসমলৈ ৩৪০,৪০ কোটি টকা টকা মোকলাই দিয়া হৈছিল। জানিব পৰা মতে, […]
Tag: NorthEast
Posted inNews