নিউজ ডেস্ক : নৰৱে’ত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত বুধবাৰে এজন লোকে ধনু-কাঁড় লৈ আক্ৰমণ চলাই ৫ জনকৈ লোকক হত্যা কৰে। নৰৱে’ৰ ৰাজধানী ওছল’ সমীপৰ এখন নগৰ কংছবাৰ্গৰ এখন দোকানত উক্ত ঘটনা সংঘটিত হোৱা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। লোকজনৰ অতৰ্কিত আক্ৰমণত ৫ জনকৈ লোকে মৃত্যুক সাবটি লোৱাৰ উপৰি এগৰাকী আৰক্ষী বিষয়াসহ আন দুজন গুৰুতৰভাৱে […]