Posted inক্ৰীড়া

ন’ভাক জক’ভিচৰ শীৰত ফ্ৰেন্স অ’পেনৰ মুকুট

বিশ্বৰ শীৰ্ষ বাছনিৰ ন’ভাক জক’ভিচৰ শীৰত দ্বিতীয়বাৰৰ বাবে জিলিকিল ফ্ৰেন্স অপেনৰ খিতাপ। এইজয়ৰে জক’ভচে কেৰিয়াৰত গ্ৰেণ্ডশ্লামৰ সংখ্যা ১৯ টালৈ বৃদ্ধি কৰিলে । চাৰি ঘণ্টা ধৰি চলা প্ৰতিযোগিতাখনৰ ফাইনেলত জক’ভিচে গ্ৰীচ তাৰকা ষ্টেফানছ ছিছিপাছক ৬-৭, ৬-৩, ৬-২,৬-৪ ছেটত পৰাস্ত কৰে । এই খিতাপ জয়ৰে টেনিছ ইতিহাসত ৪ টা গ্ৰেণ্ডশ্লাম দুবাৰকৈ জয় কৰা বিশ্বৰ তৃতীয়জন টেনিছ খেলুৱৈলৈ […]