নাওবৈচাঃ দেশ মাতৃৰ সেৱাত ব্ৰতী থকাৰ সময়তে দুই চিআৰপিএফ জোৱানৰ ম্যাদী পট্টা মাটি একাংশ সন্দেহজনক লোকে বেদখল কৰাৰ ভয়াৱহ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাত। জানিব পৰা মতে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ ৰামপুৰৰ অৰণ্যবস্তি গাৱঁৰ দুই চিআৰপিএফ জোৱান ভাতৃদ্বয় উত্তম সিংহ আৰু প্ৰদীপ সিংহ ক্ৰমে পঞ্জাৱ আৰু জম্মু- কাশ্মীৰত কৰ্মৰত। দুই ভাতৃদ্বয়ৰ অৰণ্যবস্তি নামৰ গাঁৱৰ […]