Posted inদেশ-বিদেশ

চৰকাৰক ‘কা’ বাতিলৰ দাবী এন ডি এৰ মিত্ৰদল এন পি পিৰ

নিউজ ডেস্ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী তুলিছে লোকসভাৰ সাংসদ মেঘালয়ৰ এন পি পি (নেশ্যনেল পিপলছ পাৰ্টি) দলৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাই। প্ৰাপ্ত তথ্য মতে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদত এন ডি এৰ নেতাসকলৰ এখন বৈঠকত মিত্ৰজোঁটৰ দল এন পি পিয়ে ‘কা’ বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত […]