Posted inউত্তৰ-পূৱ

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব কনৰাড চাংমা

নিউজ ডেস্কঃ ২ মাৰ্চত উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ল। নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনী ৰিজাল্ট ওলাল কিন্তু মেঘালয়ৰ হে কোনো ফলাফল নোলাল। মেঘালয়ত চৰকাৰ গঠনৰ বাবে মুঠ ৬০ টা আসনৰ ভিতৰত ৩১ টা আসন জয়ী হ’ব লাগে কিন্তু কোনো দলে ৰাজ্যখনৰ মেজিক নম্বৰে স্পৰ্শ কৰিব নোৱাৰিলে। কনৰাড চাংমাৰ এনপিপি দলে মাত্ৰ ২৭ টা […]