মিছন বসুন্ধৰাৰ জৰিয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা পিজিআৰ, ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চয়ে। প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই বুধবাৰে এক সংবাদমেলৰ জৰিয়তে জনাই যে এফালে উচ্ছেদৰ নাটক ৰচি আমচু, এআইইউদিএফ, কংগ্ৰেছৰ দ্বাৰা প্ৰতিবাদ কৰোৱাই আৰু আনফালে পিজিআৰ, ভিজিআৰ মাটি আবন্টন দি […]