Posted inNews

এন আৰ এল আৰু অইলৰ যৌথ উদ্যোগত ষ্টাৰ্টআপ ইনভেষ্টৰ্ছ ছামিট ২০২২ অনুষ্ঠিত

নিউজ ডেস্ক: এন আৰ এল আৰু অইলৰ উদ্যোগত আজি গুৱাহাটীত প্ৰথম ষ্টাৰ্টআপ ইনভেষ্টাৰ্ছ ছামিট ২০২২ অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীৰ আয়োজনৰ উদ্দেশ্য হ’ল এন আৰ এলৰ ষ্টাৰ্টআপ পদক্ষেপ iDEATION আৰু অইলৰ ষ্টাৰ্টআপ প্ৰগ্ৰেম SNEHৰ দ্বাৰা সমৰ্থিত উত্তৰ-পূবৰ ষ্টাৰ্টআপৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰা। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব (শোধনাগাৰ) সুনীল কুমাৰে সন্মিলনখন উদ্বোধন কৰে। তেওঁ […]