দেওবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনছা কাৰাগাৰত ভয়ংকৰ ঘটনা সংঘটিত হয়। নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজতান্ত্ৰিক পৰিষদ-খাপলাং(এনএছচিএন-কে)ৰ দুজন উগ্ৰপন্থী অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনচা কাৰাগাৰত ৰখা হৈছিল। তথ্য অনুসৰি ৰকচেন হোমছা আৰু টিপু কিটনিয়া নামৰ দুজন এনএছচিএন-কেৰ দুজন উগ্ৰপন্থীয়ে কাৰাগাৰ চৌহদত সেই সময়ত পহৰা দি থকা দুজন কনিষ্টবলৰ সৈতে হিংসাত্মক কাজিয়া কৰিছিল।তাৰ পাছতে উগ্ৰপন্থী দুজনে পলাবলৈ […]